juri dutta Sonowal
Quote by juri dutta Sonowal - 
যদি এজোপা গছে  উপযুক্ত 
সময়ত আদৰ যত্ন নাপায় 
তেতিয়া গছ জোপা শুকাই মৰি
যায় আৰু হাজাৰ যত্নৰ পিছতো 
 শুকাই যোৱা গছ জোপা জীয়াই 
তুলিব নোৱাৰি।থিক সেইদৰে 
সময় থাকোঁতেই যদি সম্পৰ্ক
এটাক মৰম , সময় আৰু 
মূল্য দিয়া নহয় তেতিয়া সেই 
সম্পৰ্কৰ মাজত থকা গভীৰতা
বোৰো নোহোৱা হৈ বহুত
 দূৰলৈ গুছি যায়।
আৰু হাজাৰ চেষ্টা কৰিলেও 
তাত এটা সম্পৰ্কৰ মাজত 
থাকিব লগীয়া  আন্তৰিকতা
বোৰ নোহোৱা হৈ যায়।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments