juri dutta Sonowal
Quote by juri dutta Sonowal - কোনো স্বাৰ্থ নোহোৱাকৈ
যেতিয়া কাৰোবাক সহায় কৰিবলৈ যাব
আৰু সময়ত তেওঁৰ পৰাই আপুনি 
বেছি আঘাত পাব তেতিয়াই
বুজি পাব যে এই স্বাৰ্থপৰ পৃথিৱীত
বিনা স্বাৰ্থৰে  কাৰোবাক উপকাৰ 
কৰিবলৈ যোৱাটোৱেই
আপোনাৰ মূৰ্খতা।
✍️ জুৰি দত্ত সোনোৱাল। - Made using Quotes Creator App, Post Maker App
0 likes 0 comments